boys in love practices these 7 things

  যেতিয়া কোনো ল’ৰাই কাৰোবাক অৰ্থাৎ কোনো ছোৱালীক সঁচাকৈয়ে ভাল পাই পেলাই তেতিয়াই তেওঁ কিছু আচৰিত আচৰিত আচৰণ কৰা পৰিলক্ষিত হয় ; তাৰেই ভিতৰত এই ৭ ধৰণৰ আচৰণ খুব বেছিকৈ পৰিলক্ষিত হয় লৰাৰ গাত। ১) প্ৰেমিকাৰ আগত একো গোপনিয়তা ৰক্ষা নকৰে। যেতিয়াই ল’ৰা এজনে ছোৱালী এজনীক গভীৰ ভাৱে ভাল পাইContinue Reading

Share it with: