finest way to pray god

তিনিজন সাধু আৰু এজন গীৰ্জাৰ পাদ্ৰী – লিও টলষ্টয়ৰ গল্প। ৰোমৰ তিনিজন সন্ন্যাসী হঠাতে বিখ্যাত আৰু জনপ্ৰিয় হৈ পৰিছিল, তেওঁলোক ইমানেই জনপ্ৰিয় হৈছিল যে সেই ঠাইত থকা আটাইতকৈ ডাঙৰ গীৰ্জাৰ পাদ্ৰী জনেও সেই সন্ন্যাসী তিনিজনক হিংসা কৰিবলৈ আৰম্ভ কৰিছিল কিয়নো এওঁলোকৰ জনপ্ৰিয়তাৰ বাবে মানুহ গীৰ্জালৈ অহা বন্ধ কৰিছিল ফলতে গীৰ্জাContinue Reading

Share it with: