HEALTH BENEFITS OF CURRY LEAVES

নৰসিংহ এবিধ অতি গুৰুত্বপূৰ্ণ আৰু ঔষধি গুণ সম্পন্ন উদ্ভিদ। ইংৰাজীত Curry leaves নামেৰে জনাজাত ইয়াৰ পাতৰ ব্যৱহাৰ যুগে যুগান্তৰে মানৱ সমাজত প্ৰচলিত হৈ আহিছে। ইয়াৰ গুৰুত্বৰ কথা এই পাতৰ অন্তৰ্নিহিত পোষক উপাদান সমূহেই প্ৰমাণ কৰে। ১০০ গ্ৰাম এই নৰসিংহৰ পাতত পোৱা পোষক উপাদান সমূহ হৈছে :- ১) কেলচিয়াম :- ৮৩০Continue Reading

Share it with: