BEAUTIFUL QUOTES OF LIFE TO BE HAPPY

  এদিন এজন মানুহ গৌতম বুদ্ধদেৱক লগ কৰিবলৈ গৈ কৈছিল, ” হে প্ৰভু মোৰ বৰ দুখ, মই বহুত কষ্টকৰ জীৱন কটাই আছোঁ, মোক মুক্তিৰ উপায় দিয়ক আৰু আপুনি মোক অলপ সহজ ভাৱে কব যাতে মই বুজিব পাৰোঁ”। এই অনুৰোধৰ উত্তৰত গৌতম বুদ্ধই সুধিছিল , ” তোমাৰ সন্তান আছেনে নাই ”Continue Reading

Share it with: