when we must speak

  বিভিন্ন পৰিস্থিতিক মানি লৈ চুপ হৈ থকাক এক মহৎ গুণ বুলি কোৱা হয়। ভাৰতীয় শাস্ত্ৰ সমূহতো মৌনব্ৰতৰ যথেষ্ট গুৰুত্ব আছে ; লগতে জীৱনৰ কিছুমান সময়ত এই মৌনতা পালনৰ বাবে শাস্ত্ৰ সমূহত উপদেশ দিয়া আছে , কিয়নো একমাত্ৰ মৌনতাৰ ফলতে বহুত ডাঙৰ সমস্যা সহজতে সমাধান হয়। কিন্তু প্ৰশ্ন ইয়াতেই উৎপন্নContinue Reading

Share it with: