Old age care

বৃদ্ধাৱস্থা বা বাদ্ধক্য এটা বিশ্বজনীন প্ৰক্ৰিয়া। চুলি পকিলে,দাঁত সৰিলে,ছাল সোঁতৰা হ’লে আমি বুজি পাওঁ যে বাৰ্দ্ধক্য আহিল। কিমান বয়সত মানুহৰ বাৰ্দ্ধক্য আহে ? ধৰা বন্ধা এটা বয়সৰ কথা কোৱা টান। ব্যক্তি বিশেষে ইয়াৰ তাৰতম্য হ’ব পাৰে। দৰাচলতে ৬৫ বছৰ বয়সীয়াল এগৰাকী ব্যক্তিক বাৰ্দ্ধক্যত উপনীত হোৱা বুলি ধৰা হয়। জীৱন ধাৰণৰContinue Reading

Share it with: