Golden notes for human life

  বহুসময়ত মানুহৰ জীৱনত এনে কিছু ঘটনা ঘটে যিয়ে বহুত বেছি কষ্ট দিয়ে, যিয়ে মানুহৰ আত্মবিশ্বাস ভাঙি দিয়ে , বিশেষকৈ তেতিয়া,, যেতিয়া কোনো মানুহে আমাক অপমান কৰে। মানুহে যেতিয়া আমাক অপমান কৰে তেতিয়া আমি ভাবো যে ইয়াৰ প্ৰতিশোধ কেনেকৈ লম অৰ্থাৎ আমিও তেওঁৰ অপমান কিদৰে কৰিম ! মানৱ জীৱনৰ এইContinue Reading

Share it with:
Gautam Budha lession

 এবাৰ এজন ৰজাই নিজৰ ৰাজ্যৰ এজন সন্ন্যাসীক নিজৰ ৰাজ মহললৈ মাতি আনিছিল আৰু কৈছিল, ” হে সন্ন্যাসী , যদি মই তোমাৰ পৰা কিবা বস্তু এটি বিচাৰো তেন্তে মোক দিবানে “? সন্ন্যাসীয়ে উত্তৰ দিছিল, ” অৱশ্যে দিম, কওঁক আপুনি কি বিচাৰে “? লগে লগে ৰজাই সেই সন্ন্যাসীৰ হাতত থকা ভিক্ষাৰ পাত্ৰটোContinue Reading

Share it with:
Beautiful lines for life by Lord Budha

এবাৰ গৌতম বুদ্ধ এখন ঘন জংঘলৰ মাজেৰে গৈ আছিল এনেতে তিনিজন লোক দৌৰি তেওঁৰ ওচৰ পাইছিল। লোক কেইজনে গৌতম বুদ্ধক সুধিছিল, ” আপুনি কি এইফালেদি কোনো মহিলাক পলাই যোৱা দেখিছে”? বুদ্ধদেৱে উত্তৰ দিছিল, ” নাই, মই এই ফালে কাকো পলাই যোৱা দেখা নাই , কিন্ত আপোনালোক ইমানেই চিন্তিত আৰু হতাশাতContinue Reading

Share it with: