carrot is a super food

গাজৰ ইমানেই উপকাৰী কিয় ? উত্তম খাদ্য বোৰৰ ভিতৰত গাজৰ এবিধ । গাজৰ ক “চুপাৰ ফুড” ৰ তালিকাত গণ্য কৰা হয়। বৈজ্ঞানিক নাম Daucas carota এই গাজৰ ত থকা ঘাই উপাদান সমুহ হল :- ৮৫% পানী,   ১১% শৰ্কৰা, মিউচিলেজ, প্রেক্টিন, ভিটামিন C, B1,B6, B12, প্ৰৌ ভিটামিন বিটা কেৰটিনয়ড AContinue Reading

Share it with: