10 types of super foods to control hypertension

  উচ্চ ৰক্তচাপ এবিধ এনে ৰোগ যাক মিঠা বিষ বুলিও কব পাৰি ; যিয়ে মানুহৰ দৈহিক আৰু মানসিক স্বাস্থ্যত বাৰুকৈয়ে ব্যাঘাত জন্মাই । যি ৰোগে এদিনতে একো ক্ষতি নকৰে ; লাহে লাহে , দিনে প্ৰতিদিনে মিঠাবিষৰ দৰে ক্ষতি কৰি গৈ থাকে যাক silent killer বুলি কলেও ভুল কৰা নহয়। বৰ্তমানContinue Reading

Share it with: