Gautam Budha lession

 এবাৰ এজন ৰজাই নিজৰ ৰাজ্যৰ এজন সন্ন্যাসীক নিজৰ ৰাজ মহললৈ মাতি আনিছিল আৰু কৈছিল, ” হে সন্ন্যাসী , যদি মই তোমাৰ পৰা কিবা বস্তু এটি বিচাৰো তেন্তে মোক দিবানে “? সন্ন্যাসীয়ে উত্তৰ দিছিল, ” অৱশ্যে দিম, কওঁক আপুনি কি বিচাৰে “? লগে লগে ৰজাই সেই সন্ন্যাসীৰ হাতত থকা ভিক্ষাৰ পাত্ৰটোContinue Reading

Share it with: