মই আৰু মোৰ ছাঁ
…..ডাঃ আজিমুদ্দিন আহমেদ…. জানোচা শব্দ হেৰাওঁ মোৰ বিতচকুৰে লাখুতি আৰু কম্বল ! , অৰ্ধচন্দ্ৰ এন্ধাঁৰৰ অমাবশ্যা ও জোনাকৰ ভোটা তৰাৰে মিতিৰালি আপেক্ষিক নিয়মৰ অসহ্য হুমুনীয়াহ ! , ৰৈ ৰৈ গাম ইনাই বিনাই পুন: সেই ওমলা ঘৰত সগোপনে উভতনী যাত্ৰাৰ গান ! , মই আৰু মোৰ ছাঁ বিৰাজমান প্ৰশ্নৰ বিপৰীত জানোছাContinue Reading