কিয় কোনো শিশু দুখীয়াৰ গৃহত আৰু কোনো ধনী গৃহত জন্ম হয় ?

  এই সংসাৰত এনে কিছুমান মানুহ থাকে যিসকল জন্মৰ পৰাই বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থাকে ; কোনোবা অন্ধ , কোনোবা কণা , খোৰা আদি হৈ জনম লয়, আৰু আন কাৰোবাৰ সৈতে এই সমস্যা সমূহ জীৱনৰ আধাবাটত ঘটে। কোনোবা অকাল মৃত্যু বৰণ কৰে আৰু কোনো জীৱনৰ শৈশৱৰ পৰাই নৰক যন্ত্ৰণা পাবলৈ … Continue reading কিয় কোনো শিশু দুখীয়াৰ গৃহত আৰু কোনো ধনী গৃহত জন্ম হয় ?Continue Reading