Relation between a boy and the married woman is poisonous

লৰাই বয়সত ডাঙৰ ছোৱালী বিবাহিত নাৰীৰ প্ৰতি আকৰ্ষিত হোৱাৰ ৫ টি কাৰণ !

লৰাই নিজতকৈ ডাঙৰ ছোৱালী আৰু বিবাহিত নাৰীৰ প্ৰতি আকৰ্ষিত হোৱাৰ ৫ টি কাৰণ !

আজিকালি এটা নতুন আৰু পৃথক ট্রেণ্ড আৰম্ভ হৈছে বহু লৰাই নিজৰ বয়সতকৈ ডাঙৰ ছোৱালীৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয় আৰু সম্পৰ্ক কৰিবলৈ আৰম্ভ কৰে । এই সম্পৰ্ক ভাল নে বেয়া সেয়া বিশ্লেষণ কৰাৰো প্ৰয়োজন হৈ পৰিছে। এজন লৰাই এজনী ছোৱালীৰ সান্নিধ্য নিবিচাৰি বিবাহিত মহিলাৰ আশ্ৰয় লোৱাৰ ৰহস্য নিশ্চয় আছে আৰু লৰাৰ নিশ্চিত ভাৱে ইয়াত লাভ থাকে।

Advertisement

যদিহে এজন লৰাই তেওঁৰ সম বয়সৰ এজনী ছোৱালীৰ সৈতে বা তেওঁৰ বয়সৰ কম বয়সৰ ছোৱালীৰ সৈতে প্ৰথম বাৰৰ বাবে প্ৰেম বা সম্পৰ্কত আহে তেতিয়া পোন প্ৰথম অসুবিধা এটি আহি পৰে যাক “অপৰিপক্কতা” ( immaturity ) বুলি কব পাৰি। আৰু এই “অপৰিপক্কতা” দূৰ কৰিবলৈ তাইক কিছু কথা শিকাব আৰু বুজাব লগীয়া হয় আৰু কিছু সময়ৰ প্ৰয়োজন হয়। পৰিবৰ্তে এজনী বয়সত ডাঙৰ অথবা বিবাহিতা নাৰীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিলে এই “অপৰিপক্কতা” দেখা নাযায়। তেওঁলোকে ইতিমধ্যে সকলো ক্ষেত্ৰত অভিজ্ঞ আৰু পৰিপক্ক হৈ থাকে। যাৰ ফলত সম্পৰ্কত থকা ছোৱালী বা মহিলা গৰাকীয়ে ইতিমধ্যে বুজি উঠে যে সম্পৰ্কই কি বিচাৰে।

কম বয়সৰ ছোৱালীত কৈ ২০ – ২৫ বছৰ বয়সৰ ছোৱালী বা বোৱাৰী এগৰাকী বেছি আকৰ্ষণীয় হয় । হয়তো এই কথাৰ বাবেও লৰা এজন আকৰ্ষিত হ’ব পাৰে।

Life after 40 years

তৃতীয়তে লৰাই বিচাৰে যে সম্পৰ্ক এটাত সমস্যা নহওঁক, বৰং সমস্যা হলেও সমাধান কৰিবলৈ উভয়ৰে হাতত দক্ষতা থাকক, আৰু সেই ক্ষেত্ৰত বয়স হোৱা ছোৱালী বা বোৱাৰী অভিজ্ঞ সম্পন্ন হয়। কথা বতৰা আৰু প্ৰয়োজনৰ ক্ষেত্ৰত পৰিপক্ক মহিলা আৰু ছোৱালী স্পষ্টবাদী হয় কম বয়সৰ ছোৱালীৰ তুলনাত।

পৰিপক্ক ছোৱালী আৰু বোৱাৰীৰ ভয়, সংকোচ , দ্বিধাবোধ ইত্যাদি কম থাকে আৰু সেই বাবে লৰাই তেওঁলোকৰ সৈতে কথা পাতি আকৰ্ষিত হয় আৰু সেই আকর্ষণে লৰা এজনক তেওঁৰ সৈতে সম্পৰ্ক কৰিবলৈ প্ৰেৰণা যোগাই।

extra marital affairs

এগৰাকী বিবাহিত নাৰীৰ প্ৰয়োজন আৰু লক্ষ্য বহুত বেছি নাথাকে , ছোৱালী অৱস্থাত যিসমূহ আশা আকাংশা থাকে সেয়া বিবাহৰ পিছত গৈ এটা লেভেলত অৱস্থান কৰে ফলত সেই নাৰীয়ে কিবা অভাৱ অনুভৱ কৰিলে আন এজনৰ সৈতে সহজতে সম্পৰ্কত আহে । পৰিবৰ্তে এজনী কম বয়সৰ ছোৱালী সম্পর্কত অহাৰ আগতে লৰাজনৰ বহু বিষয় অধ্যয়ন কৰে আৰু কিছু সময় লয়।

কিন্তু কোনো কাৰণতে বোৱাৰীৰ সৈতে লৰা এজনৰ সম্পৰ্ক সমাজত গ্রহণযোগ্য নহয় যি সামাজিক ভাৱে নিন্দনীয়।

কিয় ৰাতিপুৱা কমেও ৫ মিনিট স্বামী – স্ত্ৰী উভয়ে সাৱটি শুব লাগে জানিবলৈ তলত ক্লিক কৰক

ৰাতিপুৱা স্বামী – স্ত্ৰী কমপক্ষে ৫ মিনিট জোৰকৈ সাৱটি ধৰি শুই থকাৰ উপকাৰ !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *