২২ হাজাৰ এন এইচ এমৰ ঠিকাভিত্তক কৰ্মচাৰী লৈ চকু মেলি চাইছে চৰকাৰে ……
ৰাজ্যখনত কৰ্মৰত ২২ হাজাৰ এইচ এমৰ ঠিকাভিত্তক কৰ্মচাৰীৰ বাবে সুখবৰ।
৬০ বছৰ বয়সলৈকে সুৰক্ষিত হব চাকৰি ।
ই এল, টি এল,গ্ৰেচুইটী আৰু প্ৰসূতিকালীন ছুটী ইত্যাদিৰ ব্যৱস্থা ৰাজ্যৰ ঠিকাভিত্তিক টেট শিক্ষকৰ দৰে কৰা হব বুলি এক চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে।