তেজত ইউৰিক এচিড বাঢ়িলে কি কি খাব কি কি নাখাব // DR. AZIMUDDIN AHMED

           তেজত ইউৰিক এচিড বাঢ়িলে কি কি খাব কি কি নাখাব:-

কি কি খাব:-

১. দিনত দুই-তিনি গিলাচ নাৰিকলৰ পানী।
. দিনটোৰ ভিতৰত এটাকৈ নেমুৰ ৰস।
৩. দিনটোৰ ভিতৰত দুই-তিনি গিলাচ ৰঙা চাহ। অবশ্যে গ্ৰীণটি বেছি ভাল আৰু আদ্ৰক দি চাহকাপ খালে বেছি লাভ পাব।
৪. চামনি নথকা গৰম গাখীৰ এক গিলাচ খাব পাৰে।
৫. দৈনিক ১৪-১৬ গিলাচ গৰম পানী খাব।

                                               

৬. আঞ্জা পাঁচলিত কমকৈ তেল দি খাব লাগে। অৱশ্যে অলিভ তেল, নাৰিকলৰ বা সৰিয়হৰ তেল ভাল।
৭. তৰকাৰীত সদায় আদা,পিয়াজ আৰু নহৰু দি খাব।
৮. গাজৰ, আলু, তিয়ঁহ আদি খাব পাৰে।
৯. বগা আতা গুড়িত কৈ হালধীয়া আতা গুৰি খোৱা ভাল।
১০. OATS খাব পাৰে।
১১. ফলমূল যেনে:- কল, আপেল,  CHERRI , আম, তৰমুজ,  BLUE-BERRY, অনাৰস ইত্যাদি খালে ভাল ।

ঘৰুৱা উপায়:-     এক কাপ গৰম পানীত দুই চামুচ মেথি গুটি ৰাতি তিয়াই থৈ ৰাতিপুৱা খালি পেটত খালে এক সপ্তাহ মানতে ইউৰিক এচিড কমি যায়।

কি কি নাখাব :-

১. আমিখ খাদ্য যেনে:- মাছ, মাংস, কণী।

                                           
২. চয়াবিন ,বিলাহী, ফুলকবি, পালেং শাক আৰু যিকোনো দাইল জাতীয় খাদ্য।
৩. চৰ্বী জাতীয় খাদ্য।
৪. পেকেটৰ ভিতৰত বহুদিন জমা কৰি থোৱা খাদ্য আৰু পানীয়।
৫. বজাৰত পোৱা যিকোনো শীতল পানীয়।
৬.  এলকহল যেনে: BEER , WHISKY, SCOTCH, RUM  ইত্যাদি বোৰ ইউৰিক এচিড থকা লোকৰ বাবে বৰ বিষাক্ত আৰু হানিকৰক।

যদিহে আপুনি আমাৰ ৰিপোৰ্ট ভাল পাইছে তেন্তে এই বাৰ্তা ফেচবুক হোৱাটচপত বিলাই দিবলৈ নাপাহৰিব ??

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *