ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিত্ত মন্ত্ৰী, ভাৰতৰত্ন স্বনামধন্য প্ৰনৱ মুখাৰ্জী দেৱৰ বিয়োগ

  ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিত্ত মন্ত্ৰী, ভাৰতৰত্ন স্বনামধন্য প্ৰনৱ মুখাৰ্জী দেৱৰ বিয়োগ।
আজি শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ।  

  এই কথা টুইটযোগে ঘোষনা কৰে পুত্ৰ অভিজিৎ মুখাৰ্জীয়ে।

  কিছুদিন পূৰ্বে মগুজুৰ অস্ৰপচাৰ সম্পন্ন কৰা হৈছিল, লগতে কৰ’ণাতো আক্ৰান্ত হৈছিল দেশৰ জেষ্ঠ ৰাজনৈতিক নেতাজনৰ।

   প্ৰৱীণ ৰাজনীতিবিদ ভাৰতৰত্ন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীয়ে  নতুন দিল্লীৰ আৰ্মী হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে।

 ১৯৩৫ চনৰ ১১ ডিচেম্%

Share it with: