চাওক আমাৰ ৰিপোৰ্ট // অৰ্চনা মহন্ত বাইদেউ আৰু আমাৰ মাজত নাই

গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইতিমধ্যে চিকিৎসাধীন হৈ থকা অৰ্চনা মহন্ত বাইদেউ স্বৰ্গগামী হয় ।

জোন তৰা দেশলৈ গুচি গ’ল । অসমীয়া সংগীত জগতৰ বিশিষ্ট শিল্পী , সুকণ্ঠী গায়িকা অৰ্চনা মহন্ত বাইদেউৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক ৷ ঔম শান্তি

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *