গুৱাহাটীৰ কাছাৰী ঘাটৰ পৰা উত্তৰ গুৱাহাটী সংযোগী ৰোপ ৱে ২৪ আগষ্ট তাৰিখ সোম বাৰে যাত্ৰীৰ বাবে মুকলি কৰি দিয়া হল ।
দুই কিলোমিটাৰ দৈৰ্ঘৰ ৰোপ-ৱে এবাৰত ৩২ জন
যাত্ৰী কঢ়িয়াই ৭ মিনিত সময়ত অতিক্ৰম কৰে ।
বৰ্তমান এই ৰোপ-ৱে ৰ এজন যাত্ৰীৰ
ভাড়া অহা-যোৱাৰ বাবে মুঠ ৬০ টকা।
এই ৰোপ ৱে জি এম দি এ ৰ তত্বাৱধানত
প্ৰায় ৫৬ কৌটি টকা ব্যয় কৰি নিৰ্মান কৰা হৈছে